Lyrics: Indranil Gayan Music: Zenith Gogoi/Indranil Gayan কৈছিলো মই আহিম বুলি ৰাতিৰ পাছত অলেখ ৰাতি ৰৈছিলা জানো তুমি বাটে চাই পদূলিত সোণাৰুৰে পাহি বাট চাই গধূলি
কিমান বাটে ৰিঙিয়াই মাতে আজি ঠমকি যে বাট হেৰাওঁ আজি ঠমকি যে বাট হেৰাওঁ
ৰৈছিলা জানো তুমি বাটে চাই পদূলিত সোণাৰুৰে পাহি বাট চাই গধূলি