Lyrics: Robin Sharma Music: Zenith Gogoi/Jishan Changmai বাৰিষাৰ বৰষুণে আনে খবৰ তোমাৰে কোমল হৃদয়ত বাজে কিনো ৰাগিনী প্ৰেমৰে সেই সুৰৰ মাজে মাজে নতুনৰে তুমি অভিশপ্ত বুকুত ৰচা এটি পূৰ্ণিমাৰ পোহৰৰে আশা হোৱানা তোমাতেই হেঁপাহ
নতুনৰ আভা লৈ ৰেঙনি সেই আভাৰ মাজতেই তুমি ৰিক্ত ফাগুনী হেঁপাহৰে মাজতে বন্দিনী কবিতাৰ আকুল হৃদয়ৰে তুমি জীয়া চেতনা সেই চেতনাতে প্ৰতিধ্বনিত হৈ তোলা ঝংকাৰৰে মন জুৰুৱা তুমি বাসনা মৌনতা মোৰ হোৱানা তোমাতেই হেঁপাহ