Kitapor Bujha

Lyrics: Rajdweep Dey Music: Arup Jyoti Barua আধা জাগি পুৱা উঠি কিতাপৰে বোজা দাঙি
ৰণলৈ যাওঁ ওলাই
শান্ত আকাশ ভেদি যাব খোজে মনপখী
শিকলি দিলে লগাই
ৰঙা-নীলা.. চিলাবোৰ ক'তে হেৰায় কণমানি.. ওঁঠত হাঁহি লুকায়
ধেমেলীয়া..ৰঙবোৰ উৰিনো যায় (২)