Lyrics: Mantu Das
Music: Zuman Jeet/Anirban Nath
লৰা :
কেঁচা কোমল ৰদালিত
চুলিটাৰি নেমেলিবি
মোৰে বুকুৰ ...
মেঘৰঞ্জনী
ছোৱালী :
তোৰে কিযে চাৱনি
প্ৰেমত মোক নেপালিবি
নহওঁ যে তোৰ
হিয়াৰ লগৰী
লৰা :
কালৈও তই নিদিবি মন
মোলে সাঁচি থ তোৰে হিয়াখন
এইবেলি বহাগত
পাতিমে বিয়াখন
-----------অন্তৰা-----------
ছোৱালী :
আগেও প্ৰেমত পৰা নাই
কালৈকো মৰম দিয়া নাই
আগেও প্ৰেমত পৰা নাই
কালৈকো মৰম দিয়া নাই
পৰিছোঁ ভৱনত
তই কি বুজিবি
দুচকুতে চকুত থৈ
আহিবিনে কাষলৈ
সপোনতে জান ঐ
মৰম কি বুজাবি
লৰা :
সপোনৰ পৰি তই
জীৱন লগৰী
সপোনৰ পৰি তই
জীৱন লগৰী
-----------অন্তৰা-----------
লৰা :
ভাগৰুৱা মোৰ
দুচকুৱে যেন
তোকে ভাৱি
এনুৱা
আমনি কৰে
তোকে পালে
জীৱনলে
একো নালাগিব যেন
ভাগৰুৱা মোৰ
অ...
দুচকুৱে যেন
তোকে ভাৱি
এনুৱা
আমনি কৰে
তোকে পালে
জীৱনলে
একো নালাগিব যেন
ছোৱালী :
কালৈও তই নিদিবি মন
মোলে সাঁচি থ তোৰে হিয়াখন
কালৈও তই নিদিবি মন
মোলে সাঁচি থ তোৰে হিয়াখন
এইবেলি বহাগত
পাতি ল বিয়াখন
পাতি ল বিয়াখন...