Lyrics: Rekibul Music: Shekhar Jyoti Goswami/Rekibul ভাল লৰাটোৰ কিযে হল ভাত পানী নোহোৱা হল বুকুৰ চৰাঘৰ কৰিছে লৰচৰ কোন আহি তাত সোমাই গল ভালপোৱানো কিয় হল ভাল ঘুমটি নহা হল শুব নিদিয়ে ৰাতি সপোনে কোন আহি কাষতে ৰল লৰালি এৰিলো গমকে নাপালো যৌৱনত ভৰি দি লৰা ডাঙৰ হলো প্ৰেমতে পৰিলো হাবুডুবু খালো চকুৰে সৰিয়হ ফুল দেখিলো আপোন আপোন লাগিছে কাৰোবাক মৰম নামৰ বলিছে ধুমুহা এজাক মন হল অঘৰী মোক থাকে এৰি কোনোবাই দিলে তাৰ ঠিকনা বিচাৰি আদৰি সাদৰি বুকুৰে লগৰী সোণালী সপোনে বজালে সুহুৰি ইপাৰ সিপাৰ নেদেখা কলিজাৰ অপাৰ অপাৰ মৰমে কৰে হাঁহাকাৰ