Hai O Lili, Vol. 1

Lyrics: Dipu Dixit/Raju Phukon/Akash Pritom/Prasanta Boruah/Dipu Protim Music: Akash Pritom মেক্সি পিন্ধি টেক্সিত উঠি ইষ্টাইল দিলেই ন’হব ৰঙা সূঁতা বগা সূঁতা ফুল বাচিব লাগিব বোৱাৰী হৈ আহিবা বাহিৰ চোতাল সাৰিবা শুই উঠি কপালতে চুমা আকিবা... মোৰ নামৰ সেন্দূৰ খিনি শিৰত পিন্ধিবা লখিমী ৰূপে আহি ঘৰ ধৰিবা ৷ ওলাল ম’বাইল ফোন তাতে লাগিল গন্দগোল যাৰে তাৰে লগত পিৰীতি নকৰিবা সোণ(২) বোৱাৰী হৈ আহিবা বাহিৰ চোতাল সাৰিবা শুই উঠি কপালতে চুমা আকিবা... মোৰ নামৰ সেন্দূৰ খিনি শিৰত পিন্ধিবা ঘৰখন ধৰি তুমি মৰমত ৰাখিবা হাঐ লিলি নলগাবি খেলিমেলি মোৰে সমান হ’ব নো কোন ভাৱি চাবি (২) যাওঁ বুলিলেই যাব নোৱাৰি তোৰে কাষে চাপি ভাবিলে ভাৱনা বোৰে ধৰে হেঁচা মাৰি ঐ ধৰে হেঁচা মাৰি ধৰে হেঁচা মাৰি ঐ ধৰে হেঁচা মাৰি ৷