Lyrics: Naba Neel
Music: Chandan Mahanta
মৰম মৰম লাগিছে
তোমাক কাষত পাই
পাগল পাগল কৰিছে
মোৰে কলিজাই
বলিয়া ফাগুনে মাথো
তোমাকেই বুজাই
সৰগী সৰগী মৰম
তোমালৈয়ে যাই
I Love You তুমি যানানে
I Love You তুমি বুজানে
I Love You তুমি যানানে
I Love You তুমি বুজানে
নীলা নীলা দু-চুকুত সপোন দেখো অযুত
তুমি বাৰু মোৰ হ'বানে
হিয়া ভৰি মৰম তোমালে
ৰাখিছোঁ যতনে নাযাবা সোণ দূৰলে
পিয়াহৰো তুমিয়েই প্ৰাণ
সিঁচি দিলা বুকুতে ধান
বাৰিষাৰে বৰষুণ হৈ বৈ যোৱা না
I Love You তুমি যানানে
I Love You তুমি বুজানে
I Love You তুমি যানানে
I Love You তুমি বুজানে
পৃথিৱী শুৱনি তুমি মোৰে পৰী
সজাই পৰাই ৰাখিম তোমাক হিয়াতে থাপি
পৃথিৱী শুৱনি তুমি মোৰে পৰী
সজাই পৰাই ৰাখিম তোমাক হিয়াতে থাপি
পিয়াহৰো তুমিয়েই প্ৰাণ
সিঁচি দিলা বুকুতে ধান
বাৰিষাৰে বৰষুণ হৈ বৈ যোৱা না
I Love You তুমি যানানে
I Love You তুমি বুজানে
I Love You তুমি যানানে
I Love You তুমি বুজানে